About Us

সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ বয়স নিচেই চালুকীয়া৷ বিগত চাৰিটা বছৰে ড॰ দীনেশ বৈশ্য, মুকুল ৰাভা, ড॰ পৰিতোষ চক্ৰৱৰ্তী আদিৰ সৱল নেতৃত্বত সাহিত্য চৰ্চা কেন্দ্ৰই নিজৰ কাম-কাজৰ পৰিসৰ ব্যপ্ত কৰিবলৈ সক্ষম হৈছে৷ Read More

WhatsApp Image 2023-08-10 at 9.05.51 AM

WHY WITH US?

1. Post a photo with your brief profile and be a member of SAHITYAM.

2. Preserve your books in digital form in our portal.

3.Preserve your article in digital form in our portal.

4. Publish your book with ISBN under our banner.

5. Sell your books through online.

6. Release your newly published book at our platform.

7. Join our National and International Seminar, Poetry recitation, story telling and many more literary programmes.

পৰৱৰ্তী অনুষ্ঠান:-

১। অহা ১ মে’ ২০২৩ খ্ৰীষ্টাব্দত কৰুণাকান্ত ৰায়ৰ জন্মদিন উপলক্ষে মাণিকপুৰত “গুৰুপ্ৰণাম” অনুষ্ঠান।

২। অহা ৮ আগষ্ট ২০২৩ খ্ৰীষ্টাব্দ ড০ পৰিতোষ চক্ৰৱৰ্তীৰ জন্মদিন “পাহাৰ-ভৈয়ামৰ দিন” হিচাবে পালন কৰা হ’ব।

৩। অহা ২০ অক্টোবৰ ২০২৩ খ্ৰীষ্টাব্দ শুক্ৰবাৰে আজাৰাত “শৰতৰ দুপৰীয়া” অনুষ্ঠান।

Notice:-

সাহিত্যমৰ পৰৱৰ্তী সংখ্যাটো “শংকৰদেৱৰ সমকালীন কামৰূপ, বেহাৰ, মিথিলা আৰু উৰিষ্যাৰ ভাষা” বিষয়ক গৱেষণা পত্ৰৰে সমৃদ্ধ হৈ প্ৰকাশ পাব। সংখ্যাটোৰ বাবে উপযুক্ত লিখনি বিচৰা হৈছে।

সাহিত্যমৰ প্ৰতিটো সংখ্যা একোগৰাকী বিশেষ ব্যক্তিৰ সম্পাদনাত প্ৰকাশ পায়। সেই বিশেষ ব্যক্তিগৰাকী আপুনিও হ’ব পাৰে। যোগাযোগ কৰক  +918638869243